বেটুপাত
অৱয়ব
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল।
অসমীয়া ভাষাৰ ৱিকিউৎসত বৰ্তমান ৩,১৬৫ টা লেখা আৰু ৬১৭ খন পূৰ্ণাংগ গ্ৰন্থ আছে।
|
|
এই মাহৰ নিৰ্বাচিত লেখা
ৰাইনা আৰু শিয়ালৰ সাধু
লেখক : সুৰেন গোস্বামী(২০২০)
পিছদিনা পুৱা ৰজাৰ মৃতদেহ নিবলৈ ৰাজদৰবাৰত সাঙী উপস্থিত হ'ল। পাত্ৰ-মন্ত্ৰীকে ধৰি বহুতো মানুহে ৰজাৰ শৱযাত্ৰাত ভাগ ল'বলৈ উপস্থিত হ'ল। শ্ৰদ্ধাসহকাৰে পাত্ৰ-মন্ত্ৰীসকলে মৃতদেহ থকা ৰজাৰ কোঠাত সন্তৰ্পণে প্ৰৱেশ কৰিব খোজোঁতেই ৰজাই আগবাঢ়ি গৈ সকলোকে আদৰিলে। জীৱিত অৱস্থাত ৰজাক দেখি সকলোৰে চকু থিয় হ'ল। তেতিয়া ৰজাই সকলো কথা বিৱৰি ক'লে আৰু কটা সাপ দুডাল দেখুৱালে। পাত্ৰ-মন্ত্ৰীসকলে তেওঁহে উপযুক্ত ৰজা বুলি মহা উল্লাসেৰে জয়ধ্বনি দিবলৈ ধৰিলে। তেওঁলোকে আনন্দোল্লাসেৰে সমাৰোহ পাতি ৰজাক পুনৰ সিংহাসনত প্ৰতিষ্ঠা কৰিলে।
এই মাহৰ সহযোগিতামূলক কাম
এই মাহৰ সহযোগিতামূলক কাম:
- গুৰুদক্ষিণা (দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা) - মুদ্ৰণ সংশোধন বাকী আছে
- অসমৰ বুৰঞ্জী (পদ্মনাথ গোহাঞি বৰুৱা) - মুদ্ৰণ সংশোধন বাকী আছে
- অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ - বৈধকৰণ বাকী আছে
- তৰ্পণ (ৰত্নকান্ত বৰকাকতী) মুদ্ৰণ সংশোধন বাকী আছে
অসমীয়া ৱিকিউৎসৰ পৰিসংখ্যা
- পৃষ্ঠা: নামস্থানৰ পৰিসংখ্যা
- পাঠ্য নথকা = ১,২৭৬টা
- সমস্যাজৰ্জৰ = ২৭০টা
- মুদ্ৰণ সংশোধন কৰা হোৱা নাই = ১৮,৩৫৯টা
- মুদ্ৰণ সংশোধন কৰা হৈছে = ৪৫৮টা
- বৈধকৰণ হৈছে = ১,৪১১টা
- মুঠ পৃষ্ঠাৰ সংখ্যা = ২১,৭৭৪টা
নতুন লেখাসমূহ
- মেঘদূতম (লেখক:কালিদাস,১৯১৯)
- চান (কবিতা পুথি) (লেখক:খগেশ্বৰ দত্ত বৰুৱা, ১৯৩৮)
- আত্মানন্দৰ আত্মকাহিনী (লেখক: দণ্ডিনাথ কলিতা, ১৯৩৫)
- বৈদেহী-বিচ্ছেদ (নাট্যকাৰ-দেৱনাথ বৰদলৈ,১৯০৪)
- ৰাইনা আৰু শিয়ালৰ সাধু (লেখক:সুৰেন গোস্বামী, ২০২০)
- চিকাৰ কাহিনী (লেখক: তৰুণৰাম ফুকন)
- বহল ব্যাকৰণ (লেখক: সত্যনাথ বৰা, ১৯২৬)
- ৰণ্ জেউতি (অনুবাদক: ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, ১৯৫০)
ৱিকিউৎসৰ বিষয়ে
ৱিকিউৎস এক মুক্ত পুথিভঁৰাল য’ত আমাৰ স্বেচ্ছাসেৱকসকলে মুক্ত প্ৰকাশনসমূহ সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণ কৰে। আপুনি কেনেকৈ লেখা এটা আৰম্ভ কৰিব এই সম্পৰ্কে জানিবলৈ অন্তৰ্ভুক্তি নিৰ্দেশনা আৰু সহায়িকা পৃষ্ঠা চাওক, আৰু আপুনি কি ভাৱে বৰঙণি যোগাব পাৰে সেয়া জানিবলৈ সমাজৰ বাটচ'ৰা চাওক। ৱিকিউৎসত পৰীক্ষা-নিৰীক্ষাৰ বাবে পৰীক্ষাগাৰ ব্যৱহাৰ কৰিব পাৰে।
ৱিকিউৎস বিচৰণ কৰক
ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।
মেটা-ৱিকি ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা |
ৱিকিপিডিয়া মুক্ত বিশ্বকোষ |
ৱিকি-অভিধান অভিধান আৰু সমাৰ্থক শব্দকোষ |
ৱিকিগ্ৰন্থ মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
কমন্স অংশীদাৰী মিডিয়া ভঁৰাল |
ৱিকিউদ্ধৃতি উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় |
ৱিকিপ্ৰজাতি জীৱপ্ৰজাতি নিৰ্দেশিকা |
ৱিকিসংবাদ মুক্ত উৎসৰ বাতৰি |
ৱিকিবিশ্ববিদ্যালয় মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |