মিডিয়াৱিকি - অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক

মিডিয়াৱিকি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিডিয়াৱিকি

আনুষ্ঠানিক ল'গ' আৰু মূলমন্ত্ৰ
মূল উদ্ভাৱক Magnus Manske, Lee Daniel Crocker
বিকাশক ৱিকিমিডিয়া প্ৰতিষ্ঠান আৰু মিডিয়াৱিকি স্বেচ্ছাসেৱক
প্ৰথম মুক্তি ২৫ জানুৱাৰী ২০০২; ২২ বছৰ আগত (2002-01-25)
লিখা হৈছে PHP
অপাৰেটিং চিষ্টেম Windows, OS X, Linux, FreeBSD, Solaris, NetWare
আকাৰ ~২২.৯ MB
উপলব্ধ হয় ২৪০[1] টা ভাষা
প্ৰকাৰ ৱিকি
অনুজ্ঞাপত্ৰ GPLv2+[2]
ৱেবছাইট mediawiki.org

মিডিয়াৱিকি হৈছে এক মুক্তউৎসৰ ৱিকি ছফ্টৱেৰ পেকেজ, ইয়াক মূলতঃ ৱিকিকিপিডিয়াত ব্যৱহাৰ কৰা, পিএইচপি প্ৰ'গ্ৰামিং ভাষাত লিখা হ​য়। বৰ্তমান এই ছফ্টৱেৰটোৱে অব্যৱসায়িক প্ৰতিষ্ঠান, ৱিকিমিডিয়া প্ৰতিষ্ঠানৰ বিভিন্ন পৰিসেৱা আৰু প্ৰকল্পৰ কৃতকৰ্মকো সামৰি লয়; আনকি এই ৱেবছাইট অৰ্থাৎ অসমীয়া ৱিকিপিডিয়ায়েও এই ছফ্টৱেৰৰ জৰিয়তেই কাম কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]